Preparation for Bhogali Bihu: বাইহাটাত মহামৃত্যুঞ্জয় মন্দিৰৰ আৰ্হিৰ ভেলাঘৰ

By

Published : Jan 7, 2023, 6:41 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

thumbnail
ভোগালী বিহুলৈ মাজত মাথো কেইটামান দিন বাকী । ৰাজ্যৰ প্ৰান্তে প্ৰান্ত এতিয়া চলিছে ভোগালীক আদৰাৰ লগতে ভেলাঘৰ সজাৰ প্ৰস্তুতি । ভেলাঘৰ নিৰ্মাণৰ যেন এক অঘোষিত প্ৰতিযোগিতাহে চলিছে ৰাজ্যত(Preparation for Bhogali Bihu at Baihata Chariali) । বাইহাটা চাৰিআলিত দেখা গ’ল মহামৃত্যুঞ্জয় মন্দিৰৰ আৰ্হিত ভেলাঘৰ । বাইহাটা চাৰিআলিৰ ধুলাৰা-ধুলি এৰা গাঁৱৰ যুৱকসকলে সাজি উলিয়াইছে এই ভেলাঘৰ ৷ প্ৰায় এমাহ পূৰ্বৰ পৰা অঞ্চলটোৰ যুৱকসকল ব্যস্ত হৈছে এই আৰ্হি ভেলাঘৰ নিৰ্মাণৰ কামত । যুৱকসকলক প্ৰেৰণা যোগাবলৈ গাঁৱৰ যুৱতী মহিলা শিশুকে ধৰি সকলোৱে এপাক বিহু নাচিছে ভেলাঘৰৰ বাকৰিত ।
Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.