Queue in Bank at Lakhimpur : হঠাৎ একাউণ্টে একাউণ্টে সোমাল হাজাৰ হাজাৰ টকা

By

Published : Nov 30, 2022, 4:59 PM IST

Updated : Feb 3, 2023, 8:34 PM IST

thumbnail

লখিমপুৰত উঠিছে টকাৰ উজান ৷ একাউণ্টে একাউণ্টে সোমাইছে হাজাৰ হাজাৰ টকা ৷ একাউণ্টৰ গৰাকীয়েও নাজানে এই টকা ক’ৰ পৰা সোমাইছে ৷ কাৰোবাৰ একাউণ্টত যদি সোমাইছে 5 হাজাৰ, কাৰোবাৰ একাউণ্টত সোমাইছে 11 হাজাৰ টকা (Received money from unknown source in Lakhimpur) ৷ এই ঘটনা লখিমপুৰৰ বগীনদীৰ ৷ সেয়েহে এতিয়া একাউণ্ট পৰীক্ষা কৰিবলৈ বেংকত ভিৰ লাগিছে গ্ৰাহকৰ ৷ উল্লেখ্য যে, প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ ধন হিতাধিকাৰীৰ একাউণ্টত সোমাৱা বুলি জানিব পৰা গৈছে (Pradhan Mantri Fasal Bima Yojana)৷

Last Updated : Feb 3, 2023, 8:34 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.