Anti Drugs Mission in Jorhat: যোৰহাটত ড্ৰাগছসহ আটক মহিলা সৰবৰাহকাৰী

By

Published : Dec 27, 2022, 9:42 PM IST

Updated : Feb 3, 2023, 8:37 PM IST

thumbnail

অৰ্ধসামৰিক বাহিনী আৰু যোৰহাট আৰক্ষীৰ দ্বাৰা যোৰহাটৰ শুৱনি গাঁৱত ড্ৰাগছবিৰোধী অভিযান (Anti Drugs Mission in Jorhat)৷ এই অভিযানত ৭১ গ্ৰাম সন্দেহজনক হেৰ'ইন, নগদ ৩১,৩১০ টকা, ১০০ টা খালী কনটেইন্টাৰ আৰু দুটা মোবাইল ফোন জব্দ কৰে ৷ ভোগদৈ আৰক্ষী চকীৰ(Bhogdoi Outpost) অন্তৰ্গত শুৱনি গাঁৱৰ এগৰাকী মহিলাৰ বাসগৃহৰ পৰা জব্দ কৰা হয় উক্ত সামগ্ৰীসমূহ ৷ ধৃত মহিলাগৰাকীয়ে উক্তস্থানৰ পৰাই বিভিন্ন ঠাইলৈ ড্ৰাগছ প্ৰেৰণ কৰি আহিছিল বুলি অভিযোগ উত্থাপিত হৈছে ৷ যোৰহাটৰ উপ-আৰক্ষী অধীক্ষক স্মৃতিৰেখা ফুকনৰ(DSP Smriti Rekha Phukan) নেতৃত্বত চলিছিল এই ড্ৰাগছ বিৰোধী অভিযান ৷

Last Updated : Feb 3, 2023, 8:37 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.