thumbnail

One injured in Dibrugarh accident: জকাইৰ ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা

By

Published : Jan 3, 2023, 3:45 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

ডিব্ৰুগড় জকাইৰ ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা (Accident in Dibrugarh)। মঙলবাৰে এখন ডাম্পাৰে খুন্দা মাৰে বেলেন' বাহনত । বেলেন' বাহনত থকা দুজন লোক গুৰুতৰভাৱে আহত হয় । বৰবৰুৱাৰ পৰা টিংখাঙৰ দিশত গৈ আছিল বেলেন' বাহনখন । ইতিমধ্য দুৰ্ঘটনা সংঘটিত কৰা নম্বৰ বিহীন ডাম্পাৰ খন বাহন আৰক্ষীয়ে জব্দ কৰিছে (Dumper seized by Police)। বেলেন' বাহনত থকা দুজনক জৰুৰীকালীনভাৱে অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ (Assam medical college)। এজনৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে । ইয়াৰ পূৰ্বেও উক্ত স্থানত সংঘটিত হৈ আহিছে ভয়ংকৰ পথ দুৰ্ঘটনা । বালি কঢ়িয়াই অনা দ্ৰুতগতিৰ ডাম্পাৰবোৰ নিয়ন্ত্ৰণ নকৰাৰ বাবেই এই ঘটনা পুনৰ সংঘটিত হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ (One injured in Dibrugarh accident)।
Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.