New born body recovered: নগাঁৱৰ ৰাজপথত নৱজাতকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য - New born body recovered
🎬 Watch Now: Feature Video

নগাঁৱত মানৱ সমাজক লজ্জানত কৰা ঘটনা সংঘটিত হৈছে । নগাঁৱৰ ম'হখুলি প্ৰসূতি আৰু শিশুস্বাস্থ্য কেন্দ্ৰৰ সমীপৰ ৰাজপথত উদ্ধাৰ এটি নৱজাতকৰ মৃতদেহ (New born body recovered)। কোনো অসৎ লোকে ৰাজপথৰ দাঁতিত নৱজাতকটো পেলাই থৈ যোৱাৰ সন্দেহ কৰিছে ৰাইজে । ইফালে নৱজাতকৰ মৃতদেহটো কুকুৰে ভক্ষণ কৰিবলৈ ৰাজপথলৈ অনাৰ সন্দেহ কৰিছে ৰাইজে । সমগ্ৰ ঘটনাটোক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে অঞ্চলটোত ।
Last Updated : Feb 3, 2023, 8:31 PM IST