Mathematics Day in Dhemaji: ধেমাজিৰ বিদ্য়ালয়ে-বিদ্যালয়ে গণিত দিৱস উদযাপন

🎬 Watch Now: Feature Video

thumbnail
আজি ৰাষ্ট্ৰীয় গণিত দিৱস (National Mathematics Day)। বিখ্যাত গণিতজ্ঞ ৰামানুজনৰ জন্ম জয়ন্তী (Birth anniversary of Srinivasa Ramanujan)। মহান গণিতজ্ঞগৰাকীয়ে গণিতশাস্ত্ৰলৈ অনবদ্য অৱদান আগবঢ়াই গৈছে । ভাৰতীয় গণিতজ্ঞগৰাকীয়ে অংকশাস্ত্ৰত আগবঢ়োৱা অৱদানক সুঁৱৰি 22 ডিচেম্বৰৰ দিনটো ৰাষ্ট্ৰীয় গণিত দিৱস হিচাবে উদযাপন কৰা হয় ৷ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত গণিত বিষয়টো আৰু অধিক জনপ্ৰিয় কৰি তুলিবৰ বাবে ধেমাজিৰ কমলা মিৰি উচ্চ মাধ্যমিক বিদ্যালয়কে ধৰি ৮ খন বিদ্যালয়ত বৃহস্পতিবাৰে গণিত দিৱস উদযাপন কৰা হয় । চতুৰ্ভূজ, ত্ৰিভূজ আদি বিষয়ত প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হয় (Mathematics day in Dhemaji)।
Last Updated : Feb 3, 2023, 8:36 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.