thumbnail

Mob torches Police Station: বটদ্ৰৱা থানাত আক্ৰমণৰ লগত জড়িত কেইবাজনকো আটক

By

Published : May 21, 2022, 8:04 PM IST

Updated : Feb 3, 2023, 8:23 PM IST

শনিবাৰে বটদ্ৰৱা আৰক্ষী থানাত একাংশ উত্তেজিত লোকে অগ্নি সংযোগ কৰাৰ লগতে আৰক্ষীৰ লোকক আক্ৰমণ কৰাৰ ঘটনাক লৈ মন্তব্য আগবঢ়াইছে নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলেই (Nagaon SP on mob sets fire in Batadroba Police Station) ৷ আৰক্ষী থানাখনৰ অনিষ্ট সাধন কৰা কেইবাজনো লোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা বুলি জানিবলৈ দিছে আৰক্ষী অধীক্ষকগৰাকীয়ে ৷ আনহাতে এই ঘটনা সংঘটিত হোৱাৰ পূৰ্বে আৰক্ষীয়ে মৃত যুৱকজনৰ পৰিয়ালৰ পৰা হাঁহ আৰু দহ হাজাৰ টকাৰ উৎকোচ বিচৰা অভিযোগৰ সন্দৰ্ভতো তদন্ত আৰম্ভ কৰা বুলি জানিবলৈ দিয়ে আৰক্ষী অধীক্ষক লীনা দলেই ৷
Last Updated : Feb 3, 2023, 8:23 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.