Bihu celebration by Police: ঢোলৰ ছেৱত কঁকাল ঘূৰাই নাচিলে খাকী পোছাকধাৰীয়ে - অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰা

🎬 Watch Now: Feature Video

thumbnail

By

Published : Apr 22, 2022, 9:34 PM IST

Updated : Feb 3, 2023, 8:22 PM IST

নগাঁও আৰক্ষীৰ গাত এইবাৰ বিহু লাগিছে । সততে চোৰ, ডকাইত, ড্ৰাগছ সৰবৰাহকাৰীকে ধৰি বিভিন্ন অপৰাধীৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত ৰখা নগাঁও আৰক্ষীয়ে উদযাপন কৰিলে বিহু (Bihu dance by Assam police)। বিহু, পূজা আদি উৎসৱৰ সময়ত পৰিয়ালৰ পৰা আঁতৰত থাকি সাধাৰণ লোকৰ নিৰাপত্তা দিয়াত ব্যস্ত হৈ থাকে আৰক্ষী । কিন্তু হেঁপাহৰ ৰঙালীত এইবাৰ কঁকাল ঘূৰাই নাচিলে আৰক্ষীয়ে । ঢোলৰ ছেৱত কঁকাল ঘূৰাই নাচিলে অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰায়ো ।
Last Updated : Feb 3, 2023, 8:22 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.