thumbnail

By

Published : Dec 5, 2022, 5:14 PM IST

Updated : Feb 3, 2023, 8:34 PM IST

ETV Bharat / Videos

Moving vehicle burned : গোৰেশ্বৰত হঠাৎ জ্বলি উঠিল এখন চলন্ত বাহন

গোৰেশ্বৰত চলন্ত বাহনত ভয়ংকৰ অগ্নিকাণ্ড (Moving vehicle burned at Goreshwar) । খেৰভৰ্তি মহেন্দ্ৰ পিকআপ ভানত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা । খৈৰাবাৰীৰ পৰা গোৰেশ্বৰ অভিমুখে আহি থকা অৱস্থাত কেৰ্পাভিটাত সংঘটিত হয় এই অগ্নিকাণ্ডটো (Fire at Goreshwar)। অগ্নিকাণ্ড সংঘটিত হোৱা বাহনখনৰ নম্বৰ হৈছে As01GC 0782 ৷ এই অগ্নিকাণ্ডত কোনো লোক আহত হোৱা নাই ৷ চালকৰ বিচক্ষণতাত কাষতে থকা পানীত গাড়ীখন বগৰাই দিয়াত জুই নিৰ্বাপণ কৰিবলৈ সক্ষম হয় ৷
Last Updated : Feb 3, 2023, 8:34 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.