Actor Nipon Goswami demise: তেজপুৰলৈ দুনাই আৰু নাহে জ্যেষ্ঠ অভিনেতা নিপন গোস্বামী - বিধায়ক পৃথ্বীৰাজ ৰাভায়ো গভীৰ শোক প্ৰকাশ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Oct 27, 2022, 1:47 PM IST

Updated : Feb 3, 2023, 8:30 PM IST

উকা হ’ল তেজপুৰ কলিবাৰীৰ প্ৰয়াত নিপন গোস্বামীৰ বাসগৃহ ৷ উকা হ’ল অসম সাংস্কৃতিক ক্ষেত্ৰখন ৷ অসমীয়া চলচিত্ৰ জগতৰ মহীৰূপ নিপন গোস্বামীৰ বিয়োগত শোকত বিহ্বল সমগ্ৰ ৰাজ্যবাসী (Pass away Veteran Actor Nipon Goswami) ৷ প্ৰবীণ অভিনেতা নিপন গোস্বামীৰ মৃত্যুত তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভায়ো গভীৰ শোক প্ৰকাশ কৰিছে (MLA Prithiraj Rava condolence message on actor Nipon Goswami demise)। আনহাতে তেজপুৰৰ বিশিষ্ট লেখক তথা নাট্যকাৰ প্ৰয়াত নিপন গোস্বামীৰ একালৰ সহপাঠী ঐশ্বৰ্য কাকতিয়েও তেখেতৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে । ইফালে তেজপুৰ বান থিয়েটাৰ, তেজপুৰ ৰেপাৰেকৰী, তেজপুৰ সাহিত্য সভা আৰু শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নৰ তৰফৰ পৰা গভীৰ শোক প্ৰকাশ কৰে ৷
Last Updated : Feb 3, 2023, 8:30 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.