MLA Pradip Hazarika at paddy field: কঁঠাল খাই-বিহু নাচি পথাৰত হাল বালে বিধায়ক প্ৰদীপ হাজৰিকাই - কৃষকৰ ৰূপত আমগুৰিৰ বিধায়ক প্ৰদীপ হাজৰিকা
🎬 Watch Now: Feature Video

কৃষকৰ ৰূপত আমগুৰিৰ বিধায়ক প্ৰদীপ হাজৰিকা (MLA Pradip Hazarika at paddy field) ৷ ম'হ আৰু গৰুৰ হাল বাই চহা কৃষকৰ আমেজ ল'লে বিধায়ক প্ৰদীপ হাজৰিকাই(Assam MLA ploughing at Amguri) ৷ আমগুৰিৰ লালিমচাপৰি পঞ্চায়ত পৰিষদৰ সহযোগত লংককীয়া নাহৰগুৰিছিগা পথাৰত আয়োজন হৈছে ভূঁই ৰোৱা উৎসৱ ৷ অসম যুৱ পৰিষদ আমগুৰি বিধান পৰিষদৰ উদ্যোগত অনুষ্ঠিত ভূঁই ৰোৱা উৎসৱত অঞ্চলটোৰ চহা কৃষক আৰু ৰোৱনীয়ে সহযোগ কৰে । বিধায়ক হাজৰিকাই চহা কৃষক ৰূপত অৱতীৰ্ণ হৈ আনন্দ উল্লাসেৰে নাহৰগুৰিছিগা পথাৰত কেচাঁমাটিৰ গোন্ধ লৈ শাওণৰ পথাৰত গৰু-ম’হৰ হাল বায় ।
Last Updated : Feb 3, 2023, 8:25 PM IST