thumbnail

এইবাৰ মাছমৰীয়াৰ ৰূপত মন্ত্ৰী অতুল বৰা

By

Published : Jul 3, 2022, 1:42 PM IST

Updated : Feb 3, 2023, 8:24 PM IST

ৰাজ্যৰ আন প্ৰান্তৰ লগতে বোকাখাতৰ বহু কেইটা অঞ্চল বানৰ কৱলত (Flood in Bokakhat) ৷ সেয়া বানাক্ৰান্ত লোকৰ বুজ ল’বলৈ মন্ত্ৰী অতুল বৰা আজি উপস্থিত হয় নিজ সমষ্টি বোকাখাতত (Minister Atul Bora)। মন্ত্ৰীগৰাকীয়ে বানৰ খবৰ লৈ ঘূৰি ফূৰোতেই চকুত পৰিল এজন লোকে জাল বোৱাৰ দৃশ্য ৷ এইবাৰ মাছুৱৈৰ হাতৰ খেৱালি জাল খন হাতত লৈ মাৰি চালে মন্ত্ৰী অতুল বৰাই ৷
Last Updated : Feb 3, 2023, 8:24 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.