Food poisoning in Majuli: মাজুলীত প্ৰসাদ খাই আক্ৰান্ত 70 গৰাকী লোক - মাজুলীত প্ৰসাদ খাই আক্ৰান্ত 70 গৰাকী লোক

🎬 Watch Now: Feature Video

thumbnail

By

Published : Aug 6, 2022, 10:21 AM IST

Updated : Feb 3, 2023, 8:25 PM IST

মাজুলীত অঘটন । এক অনুষ্ঠানত প্ৰসাদ খাই আক্ৰান্ত হৈছে বহুকেইগৰাকী লোক (Food poisoning in Majuli) । প্ৰসাদ খোৱাৰ পাছতে পেটৰ বিষত ভোগী চটফটাবলৈ আৰম্ভ কৰে 70 গৰাকীকৈ লোকে । নদীদ্বীপ জিলাখনৰ নামনি মাজুলীৰ মহৰিচুক গাঁৱত সংঘটিত হয় এই বিষক্ৰিয়াৰ ঘটনা (Many people suffer from food poisoning) । ইতিমধ্যেই আক্ৰান্তসকলক গড়মূৰ পীতাম্বৰ দেব গোস্বামী জিলা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।
Last Updated : Feb 3, 2023, 8:25 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.