ETV Bharat / state

ৰাশিফল অনুসৰি কেনেদৰে পাৰ হ’ব আপোনাৰ আজিৰ দিনটো - DAILY HOROSCOPE

প্ৰেম, স্বাস্থ্য বা কেৰিয়াৰৰ দিশত কেনে যাব আজিৰ দিনটো ? জানিবলৈ পঢ়ক দিনটোৰ ৰাশিফল...

Daily Horoscope for 21st December 2024
ৰাশিফল (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : 3 hours ago

মেষ ৰাশি : খঙক নিয়ন্ত্ৰণ কৰক ৷ মানসিক অশান্তি হ’ব পাৰে ৷ কষ্টৰ ফল লাভ নকৰিবও পাৰে ৷ সন্তানৰ বাবে চিন্তিত হ’ভ ৷ কৰ্মব্যস্ততা বৃদ্ধি ৷ চৰকাৰী কামত সফলতা লাভ ৷ পেটৰ বিষ হ’ব পাৰে ৷

বৃষ ৰাশি : গণেশৰ কৃপাত দিনটো শুভ ৷ পিতৃৰ পৰা সহায় পাব ৷ সফলতাৰ বাবে শিক্ষাৰ্থীয়ে কষ্ট কৰাটো অতি প্ৰয়োজন ৷ চৰকাৰী কামত সফলতা ৷

মিথুন ৰাশি : গণেশৰ কৃপাত নতুন কাম আৰম্ভ কৰাৰ বাবে উত্তম সময় ৷ চৰকাৰী কামত সফল ৷ প্ৰতিবেশী আৰু বন্ধুৰ লগত কাজিয়া হ’ব পাৰে ৷ টকা-পইচাৰ ক্ষেত্ৰত সাৱধান হওক ৷

কৰ্কট ৰাশি : বেয়া ভাব মনৰ পৰা বাদ দিয়ক ৷ নতুন চিন্তাৰে দিন আৰম্ভ কৰক ৷ শাৰীৰিক-মানসিকভাৱে দুৰ্বল অনুভৱ কৰিব ৷

সিংহ ৰাশি : আত্মবিশ্বাস বৃদ্ধি ৷ যিকোনো কামৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰোতে সাৱধানতা অৱলম্বন কৰক ৷ ডাঙৰৰ পৰা সহায় লাভ ৷ সামাজিক মৰ্যাদা বৃদ্ধি ৷

কন্যা ৰাশি : মানসিক অশান্তি হ’ব পাৰে ৷ স্বাস্থ্য ভালে নাযাব ৷ ধৰ্মীয় কামত ধন খৰচ হ’ব পাৰে ৷ শৰীৰৰ যত্ন লওক ৷ হুলস্থূল আৰু কাজিয়াৰ পৰা নিজকে আঁতৰাই ৰাখক ৷

তুলা ৰাশি : দিনটো শুভ ৷ সকলো ক্ষেত্ৰৰ পৰা সুযোগ-সুবিধা পাব আৰু লাভবান হ’ব । আয় বৃদ্ধিৰ যোগ ৷ অবিবাহিতসকলৰ বাবে বিবাহৰ যোগ আছে ।

বৃশ্চিক ৰাশি : গণেশৰ কৃপাত দিনটো শুভ ৷ ভাগ্য ভাল ৷ কৰ্মক্ষেত্ৰৰ পৰিৱেশ সুন্দৰ ৷ হাতত লোৱা সকলো কাম নিৰ্বিঘ্নে সমাপ্ত হ’ব ৷ আমদানি বৃদ্ধি ৷ পদোন্নতিৰ যোগ ৷

ধনু ৰাশি : স্বাস্থ্য অনুন্নত ৷ ব্যৱসায়ত খেলিমেলিৰ সৃষ্টি হ’ব ৷ সাৱধানে সকলো কামত মনোনিৱেশ কৰক ৷ প্ৰতিযোগিতা-দ্বন্দ্বৰ পৰা আঁতৰি থাকক ৷

মকৰ ৰাশি : যোগাভ্যাস কৰক ৷ অলাগতিয়াল চিন্তাৰ পৰা আঁতৰি থাকক ৷ শৰীৰ বৰ ভালে নাযাব ৷ খং আৰু বেয়া চিন্তাৰ পৰা নিজকে মুক্ত ৰাখক ৷ কৰ্মক্ষেত্ৰৰ পৰিৱেশ অনুকূল ৷

কুম্ভ ৰাশি : পাৰিবাৰিক জীৱন অতি ৰোমাঞ্চিত হৈ উঠিব ৷ সকলো কাম আপুনি সম্পূৰ্ণ আত্মবিশ্বাসেৰে কৰিব পাৰিব ৷ ভ্ৰমণৰ যোগ ৷ গাড়ী ক্ৰয়ৰ যোগ ৷

মীন ৰাশি : দিনটো পবিত্ৰ ৷ আত্মবিশ্বাস বৃদ্ধি৷ ঘৰত শান্তি আৰু সুখৰ পৰিৱেশ হ’ব ৷ সহকৰ্মীসকলৰ সহযোগিতা লাভ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.