Man Hit by Train at Moran : মৰাণত ৰে’লৰ খুন্দাত প্ৰাণ গ'ল এজনৰ

By

Published : Nov 21, 2022, 1:34 PM IST

Updated : Feb 3, 2023, 8:33 PM IST

thumbnail
ডিব্ৰুগড় জিলাৰ মৰাণ আৰক্ষী থানাৰ(Moran police station) অন্তৰ্গত জুতিয়াবামত ৰে’লৰ খুন্দাত নিহত হ’ল এজন লোক (Train hits man at Moran)৷ মৃত লোকজন মৰাণৰ ইকৰাণীৰ নোৱাচ তপ্ন (৪৫) বুলি জানিব পৰা গৈছে । পুৱা চাহ বাগিচাত কাম কৰিবলৈ যোৱা লোকে ৰে’ল লাইনৰ কাষত মৃতদেহটো প্ৰত্যক্ষ কৰে ৷ ইয়াৰ পাছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ।
Last Updated : Feb 3, 2023, 8:33 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.