Road accident at Teok : লক্ষীবাৰীৰ পথ দুৰ্ঘটনাত নিহত এজন

By

Published : Jan 2, 2023, 11:02 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

thumbnail

টীয়কৰ লাহিং লক্ষীবাৰীত অঘটন ৷ সোমবাৰে নিশা লক্ষীবাৰীত সংঘটিত হয় এক পথ দুৰ্ঘটনা (Road accident at Teok) ৷ লক্ষীবাৰীৰ ৰাজপথত এখন মটৰ চাইকেলেৰে এটা উদঙীয়া গৰুক খুন্দিয়াই কৰুণ মৃত্যুক আকোৱালি লয় এজন যুৱকে (Man died in a Road accident at Teok)৷ নিহত যুৱকজনৰ বলমা দোলাষৰীয়া গাঁৱৰ কৌশিক বৰুৱা বুলি জানিব পৰা গৈছে ৷ চিকিৎসালয়লৈ আনি থকা অৱস্থাতেই মৃত্যু হয় যুৱকজনৰ ৷ জানিব পৰা মতে, দুৰ্ঘটনা সংঘটিত কৰা মটৰ চাইকেলখনৰ নম্বৰ হৈছে AS-03AH-5046 ৷

Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.