thumbnail

By

Published : Jan 14, 2023, 2:17 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

ETV Bharat / Videos

Magh Bihu 2023: হোজাইৰ ভিন্ন বজাৰতো ক্ৰেতা বিক্ৰেতাৰ ভিৰ

হেঁপাহৰ ভোগালী বিহুৰ আজি উৰুকা (Uruka celebrates in Assam) ৷ উৰুকাৰ নিশা আজি লগে ভাগে এসাজ উদৰ পূৰাই খাবলৈ ৰাইজে পুৱাৰে পৰা প্ৰস্তুতি চলাইছে । এই প্ৰস্তুতিৰ অংশস্বৰূপে পুৱাৰে পৰা মাছৰ বজাৰসমূহত ভিৰ কৰা দেখা যায় গ্ৰাহকৰ ৷ ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে হোজাইৰ সকলো বজাৰ আৰু চৰকাৰীভাৱে মিন বিভাগৰ জৰিয়তে জোৰাপুখুৰীত দেখিবলৈ পোৱা যায় ক্ৰেতাৰ ভিৰ ৷ 

উৰুকাৰ সন্ধ্যা লগে ভাগে এসাঁজ খোৱাৰ মানসেৰে মন পচন্দৰ মাছ ক্ৰয় কৰিবলৈ বজাৰলৈ উলাই আহিল হোজাইবাসী (Magh Bihu celebrates in Hojai) ৷ ইফালে ভিন্ন প্ৰজাতিৰ মাছেৰে ভৰি পৰিছে বজাৰ ৷ ৰৌ, বাহু, চিতল, বৰালি আদি উপলব্ধ হৈছে বজাৰত ।

মুঠৰ ওপৰত সীমাহীন ব্যস্ততা পৰিলক্ষিত হৈছে ৰাজ্যবাসীৰ মাজত (Assamese people celebrates Magh Bihu) । কাৰণ এয়া ভোগৰ উৎসৱ ভোগালী (Magh Bihu 2023) ।

Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.