LED high mast light :জোনাই বজাৰত এলইডি হাই মাষ্ট লাইট উদ্বোধন - জোনাই বজাৰত এল ই ডি হাই মাষ্ট লাইট উদ্বোধন

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jun 24, 2023, 4:21 PM IST

জোনাই, ২৪ জুন: জোনাই বজাৰৰ ঙাচাৰ চুক্ উকুম প্ৰাঙ্গনত থকা বহু অপিক্ষাত এল ই ডি হাই মাষ্ট লাইট শুক্ৰবাৰে সন্ধিয়া ৭ বজাত শুভ উদ্বোধন কৰা হৈছে কৰে মিছিং স্বায়ত্তশাসিত পৰিষদৰ সদস্য ৰাজু মেদকে । উল্লেখ্য যে, জোনাই বজাৰত বিভিন্ন ব্যৱসায় বাণিজ্যৰ লগতে অন্যান্য কাৰণত পোহৰৰ ব্যৱস্থা নথকাত জোনাই সদৰত ৰাইজে  বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিছিল । এই সমস্যাসমূহৰ পৰা পৰিত্ৰাণ পাবলৈ বিগত বৰ্ষতেই জোনাই গাঁও পঞ্চায়তৰ ২০২১-২২ বৰ্ষৰ পঞ্চদশ বিত্তীয় পুঁজিৰে অনুমোদন কৰা হৈছিল জোনাই বজাৰৰ মাজমজিয়াত পোহৰৰ ব্যৱস্থা গ্ৰহণৰ কাৰণে ।

এই এলইডি হাই মাষ্ট লাইটৰ পোহৰে জোনাই সদৰৰ বিভিন্ন ব্যৱসায় বাণিজ্যৰ লগতে পোহৰৰ আন আন সমস্যাসমূহ অতি শীঘ্ৰে সমাধান হোৱা আশা প্ৰকাশ কৰিছে । এই শুভ উদ্ধোধন অনুষ্ঠানত উপস্থিত থাকে জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ প্ৰতাপ চন্দ্ৰ পাৱ, জোনাই গাঁও পঞ্চায়তৰ সভাপতি জয়ন্ত বড়ি, মিছিং স্বায়ত্তশাসিত পৰিষদৰ সদস্য পদুম ৰায় জোনাই গাঁও পঞ্চায়তৰ কাউন্সিলৰ কমলা শৰ্মা আদি ।

লগতে পঢ়ক:Erosion in Teok: শংকিত টীয়কৰ নৈপৰীয়া ৰাইজে ঢাপলি মেলিছে নিৰাপদ স্থানলৈ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.