Vicky Katrina reached Jodhpur : যোধপুৰত বলিউড দম্পত্তি বিকি-কেটৰিনা - Vicky Katrina reached Jodhpur
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-17318806-thumbnail-3x2-jodhhhhhhhhhhhhh.jpg)
সোমবাৰে যোধপুৰত উপস্থিত হয় বলিউড অভিনেতা বিকি কৌশল আৰু কেটৰিনা কাইফ (Katrina Kaif and Vicky Kaushal reached Jodhpur)। পোনে পোনে বিমানবন্দৰৰ পৰা দুয়ো পালীৰ জৱাই বান্ধলৈ ৰাওনা হয় । জানিব পৰা মতে, বিয়াৰ এবছৰৰ অন্তত এই বলিউড দম্পত্তি আকৌ আহিছে ৰাজস্থানলৈ । যোধপুৰত কেইদিনমান থাকিব বিকি-কেটৰিনা । উপভোগ কৰিব ৰাজস্থানৰ সৌন্দৰ্য ৷ ৰাজস্থানত উদযাপন কৰিব ইংৰাজী নৱবৰ্ষ 2023 (Vicky Katrina celebrate New Year to Jodhpur) ৷
Last Updated : Feb 3, 2023, 8:37 PM IST