Shadow of mourning in Jorhat: দেৱানন্দ খ্যাত জিতেন বৰদৰলৈ আৰু নাই - Jiten Bordoloi known as Devananda
🎬 Watch Now: Feature Video

যোৰহাটত দেৱানন্দ হিচাবে পৰিচিত লোকজন আৰু নাই (Jiten Bordoloi known as Devananda is no more)। মঙলবাৰে শেষ নিশ্বাস ত্যাগ কৰিলে যোৰহাটৰ তৰাজান সোনাৰী গাঁৱৰ নিৱাসী ৮৬ বছৰীয়া জিতেন বৰদলৈ ওৰফে দেৱানন্দই ৷ নিজৰ সম্পূৰ্ণ জীৱনশৈলী বিখ্যাত অভিনেতা দেৱানন্দ দৰেই কৰি আহিছিল । হাতত দুটাকৈ ঘড়ী, মূৰত টুপী, সাজ-পোছাক আদি সকলো দেৱানন্দৰ দৰে পৰিধান কৰি আহিছিল । বিশেষকৈ এগৰাকী হস্তৰেখাবিদ হিচাপে পৰিচিত জিতেন বৰদলৈৰ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত(Jorhat medical college) চিকিৎসাধীন অৱস্থাত মৃত্যু হয় । অবিবাহিত জিতেন বৰদলৈৰ মৃত্যুত সমগ্ৰ যোৰহাটতে শোকৰ ছাঁ পৰিছে(Death of Jiten Bordoloi left shadow of mourning) ।
Last Updated : Feb 3, 2023, 8:25 PM IST