thumbnail

By

Published : Jul 24, 2022, 2:33 PM IST

Updated : Feb 3, 2023, 8:25 PM IST

ETV Bharat / Videos

Foundation Day Celebration: যোগানন্দ দেৱ সত্ৰাধিকাৰ গোস্বামী মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস উদযাপন

আজি বোকাখাতৰ অন্যতম উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান যোগানন্দ দেৱ সত্ৰাধিকাৰ গোস্বামী মহাবিদ্যালয় প্ৰতিষ্ঠা দিৱস উদযাপন ( Jogananda Deva Satradhikari Goswami College Foundation Day celebration in Bokakhat ) ৷ ১৯৬৪ চনতে প্ৰতিষ্ঠা লাভ কৰা মহাবিদ্যালয়খনে অতিক্ৰম কৰিলে ৫৮ টা বৰ্ষ । প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি মহাবিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীয়ে পুৱা দাতাৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰাৰ পাছতে বোকাখাত নগৰৰ মাজেৰে এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰে । দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰা প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি শোভাযাত্ৰাৰ পাছতে মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আৰম্বৰপূৰ্ণ মুকলি সভা অনুষ্ঠিত কৰি সন্ধিয়া মহাবিদ্যালয়ৰ চৌহদত সমূহীয়া বন্তি প্ৰজ্বলনৰ ব্যৱস্থা গ্ৰহণ কৰিছে মহাবিদ্যালয় কৰ্তৃপক্ষই ।
Last Updated : Feb 3, 2023, 8:25 PM IST

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.