thumbnail

By

Published : Apr 30, 2022, 9:12 PM IST

Updated : Feb 3, 2023, 8:23 PM IST

ETV Bharat / Videos

এইখন হিমন্ত বিশ্ব শৰ্মাৰ অসম নহয়, এইখন শংকৰদেৱৰ অসম: জিগনেশ মেৱানী

এইখন হিমন্ত বিশ্ব শৰ্মাৰ অসম নহয়, এইখন শংকৰদেৱৰ অসম ৷ অসমৰ বাৰেৰহনীয়া সংস্কৃতিক মই উদযাপন কৰোঁ (Jignesh Mevani says about Sankardev) ৷ বিজেপি আৰু আৰ এছ এছে মোৰ কণ্ঠৰোধ কৰিব নোৱাৰে ৷ গুজৰাটৰ কংগ্ৰেছ বিধায়ক তথা দলিত নেতা জিগনেশ মেৱানীয়ে শনিবাৰে গুৱাহাটীত উপস্থিত হৈ সাংবাদিকৰ আগত এই মন্তব্য কৰে । সংবাদমেলত জিগনেশ মেৱানীয়ে লগতে কয় যে গণতন্ত্ৰক শেষ কৰাটোৱেই বিজেপিৰ মূল লক্ষ্য (Jignesh Mevani comments on BJP)৷ যিমান গোচৰ ৰুজু কৰিলেও নিজৰ স্থিতিত অটল বুলি মন্তব্য কৰাৰ লগতে তেও কয় যে লাহে লাহে অসমত পুলিচৰাজ চলিছে ৷ বি জে পি আৰু আৰ এছ এছ নাথুৰাম গডছে আৰু হিটলাৰৰ মতাদৰ্শত বিশ্বাসী। আৰ এছে এছে দেশৰ সংবিধান নামানে বুলিও মন্তব্য কৰে গুজৰাটৰ বিধায়কগৰাকীয়ে ।
Last Updated : Feb 3, 2023, 8:23 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.