International Mathematics Day: লখিমপুৰত আন্তঃৰাষ্ট্ৰীয় গণিত দিৱস উদযাপন - aide et action

🎬 Watch Now: Feature Video

thumbnail

By

Published : Dec 22, 2022, 10:19 PM IST

Updated : Feb 3, 2023, 8:36 PM IST

প্ৰতিবছৰে ২২ ডিচেম্বৰৰ দিনটো পালন কৰা হয় আন্তঃৰাষ্ট্ৰীয় গণিত দিৱস হিচাপে(International Mathematics Day । গণিতজ্ঞ শ্ৰীনিৱাস ৰামানুজনৰ(Srinivasa Ramanujan) জন্ম জয়ন্তী উপলক্ষে এই গণিত দিৱস উদযাপন কৰা হয় । লখিমপুৰতো বিভিন্ন স্থানত এই দিৱস আজি উদযাপন কৰা হয়। এইড এট একচন ( aide et action)নামৰ বেচৰকাৰী সংস্থাটোৰ(NGO) উদ্যোগত চাবতি জনকল্যাণ বহুমূখী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পালন কৰা হয় গণিত দিৱস ৷
Last Updated : Feb 3, 2023, 8:36 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.