thumbnail

By

Published : Dec 22, 2022, 3:15 PM IST

Updated : Feb 3, 2023, 8:36 PM IST

ETV Bharat / Videos

Hedgehog rescued: কলগাছিয়াত স্থানীয় লোকৰ তৎপৰতাত দুষ্প্ৰাপ্য কেটেলা পহু উদ্ধাৰ

কলগাছিয়াৰ বলাইপাথাৰ গাঁৱত দুষ্প্ৰাপ্য কেটেলা পহু উদ্ধাৰ(Hedgehog rescued in Kalgachia) । জাকিৰ হুছেইন নামৰ লোকজনৰ ঘৰৰ সমীপত উদ্ধাৰ কেটেলা পহুটো ৷ বহু চেষ্টাৰ অন্তত ৰাইজে উদ্ধাৰ কৰিবলৈ সক্ষম হয় কেটেলা পহুটো ৷ কেটেলা পহুটো উদ্ধাৰৰ সময়ত আহত হয় দুগৰাকীকৈ ব্যক্তি ৷ পহুটো উদ্ধাৰ কৰি খবৰ দিয়া হৈছে বন বিভাগক ৷ ইয়াৰ পূৰ্বেও দুডাল অজগৰ সাপ উদ্ধাৰ কৰি প্ৰকৃতিপ্ৰেমী জাকিৰ হুছেইনে চমজাই দিছিল বন বিভাগক ৷
Last Updated : Feb 3, 2023, 8:36 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.