Fishermen captured huge Shankar fish: ৫০ হাজাৰত বিক্ৰী ৩৪০ কিলোৰ এটা মাছ - ৫০০০০ টকাত বিক্ৰী মাছ
🎬 Watch Now: Feature Video

পশ্চিমবংগৰ দক্ষিণ ২৪ পৰগণাত বৃহস্পতিবাৰে হুগলী নদীত মাছ ধৰাৰ সময়ত মাছমৰীয়াৰ জালত এটা বিশালকায় শংকৰ মাছ ধৰা পৰে(Giant Sankara fish in nets in hooghly River) । মাছমৰীয়াৰ জালত ধৰা পৰা মাছটোৰ ওজন আছিল প্ৰায় ৩৪০ কিলোগ্ৰাম ৷ এই বিশালকায় মাছটো মাছমৰীয়াসকলে বজাৰত প্ৰায় ৫০,০০০ টকাত বিক্ৰী কৰে(Huge Shankar fish captured from Hooghly river) । গংগাসাগৰৰ মহিশমাৰী অঞ্চলৰ বাসিন্দা গুৰুপদ মণ্ডলে আন মাছমৰীয়াসকলৰ সৈতে বৃহস্পতিবাৰে হুগলী নদীত মাছ ধৰিবলৈ গৈছিল(Fishermen captured huge Shankar fish ) । মাছমৰীয়াসকলৰ জালত ধৰা পৰা এই বিশালকায় মাছৰ ভিডিঅ’টো সম্প্ৰতি ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে ভাইৰেল হৈছে ৷
Last Updated : Feb 3, 2023, 8:36 PM IST