Wild buffaloes roam free: কলিয়াবৰত বনৰীয়া ম’হৰ মুক্ত বিচৰণ - Free roaming of wild buffaloes
🎬 Watch Now: Feature Video

কলিয়াবৰৰ আক্ৰোহী চুকত বনৰীয়া ম’হৰ মুক্ত বিচৰণ (Wild buffaloes roam free)। দেওবাৰে নিশাৰে পৰা দুটা বনৰীয়া ম’হে থিতাপি লৈছেহি জিতু ভট্টাচাৰ্যৰ কলবাৰীত । ঘটনাস্থলীত বনবিভাগৰ লোক উপস্থিত হৈ মাইকী আৰু মতা বনৰীয়া ম’হ দুটাক বনাঞ্চললৈ খেদি পঠিয়াবলৈ চেষ্টা অব্যাহত ৰাখিছে । জানিব পৰা মতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত ওলাই আহি জনাঞ্চলত থিতাপি লৈছেহি বনৰীয়া ম’হ দুটাই ।
Last Updated : Feb 3, 2023, 8:30 PM IST