thumbnail

By

Published : Dec 12, 2022, 10:59 PM IST

Updated : Feb 3, 2023, 8:35 PM IST

ETV Bharat / Videos

Foundation day of Dholaguri ME School: ধলাগুৰি মধ্য ইংৰাজী বিদ্যালয়ত মাৰাথন দৌৰ প্ৰতিযোগিতা

গোলাঘাট জিলাৰ ধলাগুৰি চাহ বাগিচাত 1982 চনৰ 12 ডিচেম্বৰৰ দিনটোত ৰাইজৰ সামূহিক প্ৰচেষ্টাৰে প্ৰতিষ্ঠা কৰা হৈছিল ধলাগুৰি মধ্য ইংৰাজী বিদ্যালয় ৷ বিদ্যালয়খনৰ আজি ৪১ সংখ্যক প্ৰতিষ্ঠা দিৱস (Foundation day of Dholaguri M E School) ৷ প্ৰতিবৰ্ষৰ দৰে এই বছৰো বৰ্ণাঢ্য কাৰ্যসূচীৰ লগতে পুৱাই শিক্ষাৰ্থীসকলৰ মাজত মাৰাথন দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় (Marathon competition in Golaghat) । জ্যেষ্ঠ শিক্ষাৰ্থীসকলৰ বাবে ধলাগুৰি খেলপথাৰৰ পৰা ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰে পোৰাবঙলালৈ ৬ কি:মি: আৰু কনিষ্ঠ শিক্ষাৰ্থীসকলৰ বাবে ৫ কি:মি: দৈগ্ৰোং ইণ্ডিয়ান অইল ডিপুলৈ মাৰাথান প্ৰতিযোগিতাৰ আয়োজন কৰে উদ্যোক্তাসকলে । ইয়াৰ উপৰিও দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচী অনুষ্ঠিত কৰে বিদ্যালয় পৰিচালনা সমিতিয়ে ।
Last Updated : Feb 3, 2023, 8:35 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.