thumbnail

Teok Maina Parijat : টীয়কৰ কঁহাৰ গাঁৱৰ জোনাক সন্ধানী মইনা পাৰিজাতৰ প্ৰতিষ্ঠা দিৱস উদযাপন

By

Published : Nov 14, 2022, 9:03 PM IST

Updated : Feb 3, 2023, 8:32 PM IST

এবছৰীয়া হ’ল টীয়কৰ কঁহাৰ গাঁৱৰ জোনাক সন্ধানী মইনা পাৰিজাত (Foundation Day of Teok Maina Parijat) ৷ সেই উদ্দেশ্যে দেওবাৰৰ পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয় জোনাক সন্ধানী মইনা পাৰিজাতৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী (Foundation Day Celebrated of Teok Maina Parijat) ৷ উল্লেখ্য যে, টীয়কৰ অন্যতম লোক সংস্কৃতিৰে ভৰপূৰ টীয়ক কঁহাৰ গাঁৱৰ কেইবাগৰাকীও উদীয়মান সংস্কৃতিবান যুৱকৰ আপ্ৰাণ চেষ্টাত শিশুসকলৰ মানসিক তথা বৌদ্ধিক উত্তৰণৰ উদ্দেশ্যে গঢ়ি তোলা হৈছিল এই জোনাক সন্ধানী মইনা পাৰিজাত ৷
Last Updated : Feb 3, 2023, 8:32 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.