Football Coaching in Jorhat : যোৰহাটত ফুটবল প্ৰশিক্ষণ শিবিৰৰ শুভাৰম্ভ

By

Published : Dec 20, 2022, 10:44 PM IST

Updated : Feb 3, 2023, 8:36 PM IST

thumbnail
মঙলবাৰৰ পৰা টীয়ক হাইস্কুলৰ খেলপথাৰত আৰম্ভ হৈছে স্মল খেল’ ইণ্ডিয়া ফুটবলৰ প্ৰশিক্ষণ শিবিৰ (Small Khelo India in Jorhat)৷ যোৰহাট জিলাৰ ভিতৰত কেৱল টীয়ক আৰু নকছাৰীত এই প্ৰশিক্ষণ শিবিৰৰ অনুমোদন লাভ কৰিছে । এই উদ্দেশ্য টীয়ক হাইস্কুলৰ খেলপথাৰত(Teok High School playground) এক আৰম্ভণি অনুষ্ঠান অনুষ্ঠিত কৰা হয় । টীয়ক ক্ৰীড়া সন্থাৰ(Teok sports Association) সম্পাদক দেবেন কোঁৱৰে আঁতধৰা শুভাৰম্ভণি অনুষ্ঠানত ভালেসংখ্যক গণ্যমান্য ব্যক্তিৰ লগতে ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক উপস্থিত থাকে ৷ এই শিবিৰৰ জৰিয়তে অনাগত দিনত উন্নত পৰ্যায়ৰ খেলুৱৈৰ সৃষ্টি হ'ব বুলি আশা প্ৰকাশ কৰা হৈছে ৷
Last Updated : Feb 3, 2023, 8:36 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.