পুনৰ সংহাৰী বানৰ কবলত জোনাই - পুনৰ সংহাৰী বানৰ কবলত জোনাই
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-16387473-thumbnail-3x2-kal.jpg)
ভদীয়া বানৰ কবলত জোনাই কেবাখনো গাওঁ (Flood at jonai)৷ পুনৰ জোনাইৰ দেপী নদীৰ সংহাৰী বানে বুৰাই পেলালে ঘৰ বাৰী, শ শ বিঘা কৃষি ভূমি, উটুৱাই নিলে পোহনীয়া জীৱ-জন্তু ৷ বৃহস্পতিবাৰে নিশাৰে পৰা ধাৰাসাৰ বৰষুণ দি থকাৰ ফলত পাহাৰৰ পৰা বৈ অহা দেপী নদীয়ে জোনাই মহকুমাৰ গালী চিকাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত প্ৰায় আঠখনৰো অধিক গাঁও বুৰাই পেলাইছে ৷ বানে তচ-নচ কৰিলে বহু পৰিয়ালৰ ঘৰ বাৰী, পোহনীয়া জীৱ-জন্তুৰ লগতে শ শ বিঘা কৃষি ভূমি ৷ বানৰ ফলত খাদ্য সংকটত ভুগিছে বহু পশুধন ৷
Last Updated : Feb 3, 2023, 8:28 PM IST