thumbnail

By

Published : Jun 30, 2022, 8:46 AM IST

Updated : Feb 3, 2023, 8:24 PM IST

ETV Bharat / Videos

দুবছৰৰ দীঘলীয়া বিৰতিৰ অন্তত আজিৰে পৰা আৰম্ভ অমৰনাথ যাত্ৰা

দুবছৰৰ দীঘলীয়া বিৰতিৰ অন্তত আজিৰে পৰা আনুষ্ঠানিকভাৱে আৰম্ভ হৈছে অমৰনাথ যাত্ৰা (Amarnath yatra 2022) । এই উপলক্ষে অনন্তনাগৰ জিলা উন্নয়ন আয়ুক্ত ডাঃ পীয়ুষ চিংলাই নানুন ঘাটি শিবিৰৰ পৰা ২৭৫০ গৰাকী তীৰ্থযাত্ৰীৰ প্ৰথমটো দলক ফ্লেগ অফ কৰি শ্ৰী অমৰনাথ যাত্ৰাৰ আনুষ্ঠানিক মুকলি কৰে ৷ প্ৰতিটো ষ্টপত তীৰ্থযাত্ৰীসকলৰ নিৰাপত্তা আৰু অন্যান্য সুবিধা নিশ্চিত কৰাৰ বাবে প্ৰশাসনৰ দ্বাৰা কঠোৰ নিৰাপত্তাসহ সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে (Security and other facilities of pilgrims have been ensured) ৷ প্ৰথমে তীৰ্থযাত্ৰী সকলক বাহনেৰে নানুন ৱান বেচ কেম্পৰ পৰা চন্দনৱাৰীলৈ লৈ যোৱা হয়, য'ৰ পৰা তেওঁলোকে সাগৰ পৃস্থৰ পৰা ৩০০০ ফুট উচ্চতাত ঘুপ্পাত উপস্থিত হয় ৷ ইয়াৰ পিছত যাত্ৰীসকলে খোজকাঢ়ি, ঘোঁৰা অথবা দাণ্ডিৰ সহায়ত যাত্ৰা কৰিছে যদিও একাংশ যাত্ৰীয়ে হেলিকপ্টাৰেৰে ঘাপ্পালৈ ৰাওনা হয় ৷
Last Updated : Feb 3, 2023, 8:24 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.