Film fraternity reaction on Pulok Gogoi death: অভিভাৱকক হেৰুৱাই ম্ৰিয়মান অসমৰ সাংস্কৃতিক ক্ষেত্ৰ - Pulak Gogoi passes away
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-16908031-thumbnail-3x2-udhar1.jpg)
যেন অভিভাৱকক হেৰুৱাই ম্ৰিয়মান অসমৰ সাংস্কৃতিক ক্ষেত্ৰ ! জীৱন কালত কেৱল ছবি আৰু ৰং-তুলিকাৰ বাহিৰে আন একোৱেই ভাবিব নোৱৰা পুলক গগৈক শেষ বিদায় জনাবলৈ গৈ শোকাহত হৈ পৰিছে শিল্পী, গুণমুগ্ধকে ধৰি বহুজন (Film fraternity reaction on Pulok Gogoi's death) ৷ ৷ গগৈৰ মৃত্যুৰ লগে লগে যেন উভালি পৰিল অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ আৰু এজোপা বটবৃক্ষ !
Last Updated : Feb 3, 2023, 8:32 PM IST