Father-daughter missing in Sivasagar: শিৱসাগৰৰ নামতিত সন্ধানহীন পিতৃ-কন্যা, উদ্ধাৰ কন্যাৰ মৃতদেহ - Dead Body Recovered From Namti River

🎬 Watch Now: Feature Video

thumbnail

By

Published : Aug 10, 2022, 5:33 PM IST

Updated : Feb 3, 2023, 8:26 PM IST

শিৱসাগৰত অঘটন ৷ নামতি নদীত যোৱা নিশাই একেলগে সন্ধানহীন হৈছিল পিতৃ-কন্যা (Father Daughter Missing in Sivasagar)। ইয়াৰ পাছতে নামতিৰ নামদাং নদীৰ পাৰত আজি উদ্ধাৰ হৈছে পিতৃৰ কাপোৰ, টৰ্চ লাইট, চেণ্ডেল ৷ সন্ধানহীন হোৱা দুই পিতৃ কন্যা নামতিৰ খামুন গাঁৱৰ প্ৰশান্ত শৰ্মা আৰু গিতাশ্ৰী শৰ্মা ওৰফে শিৱানী বুলি জানিব পৰা গৈছে ৷ নামদাং নদীত সন্ধানহীন হোৱাৰ আশংকা কৰাৰ পিছতেই স্থানীয় লোকে নদীত নামি চলোৱা অভিযানত উদ্ধাৰ হয় কন্যাৰ মৃতদেহ (Child Dead Body Recovered From Namti River)। জানিব পৰা মতে পিতৃক নদীৰ পাৰত বিচাৰিবলৈ আহি সন্ধানহীন হৈছিল পঞ্চম শ্ৰেণীত অধ্যায়নৰত গিতাশ্ৰীও ৷ বৰ্তমানলৈকে পিতৃৰ মৃতদেহ উদ্ধাৰ হোৱা নাই যদিও আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ।
Last Updated : Feb 3, 2023, 8:26 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.