Fake gold seized: নকল সোণৰ বিস্কুটসহ তিনি প্ৰৱঞ্চকক আটক - ৰঙাপৰা আৰক্ষী থানা

🎬 Watch Now: Feature Video

thumbnail

By

Published : Oct 29, 2022, 6:14 PM IST

Updated : Feb 3, 2023, 8:30 PM IST

শোণিতপুৰ জিলাৰ ৰঙাপৰাত আৰক্ষীয়ে শনিবাৰে নকল সোণৰ বিস্কুটসহ তিনি প্ৰৱঞ্চকক আটক কৰিবলৈ সক্ষম হয় (Fake gold seized at Rangapara)। মিছামাৰীৰ ভাৰতীয় সেনাৰ গজৰাজৰ চোৰাংচোৱাৰ বাহিনীয়ে জনোৱা তথ্যৰ ভিত্তিত ৰঙাপৰা আৰক্ষী থানাৰ (Rangapara Police Station) বিষয়া দেৱেন বৰাৰ নেতৃত্বত অভিযান চলাই মিছামাৰীৰ গাভৰু দলঙৰ সমীপত নকল সোণসহ চাৰিদুৱাৰ আৰক্ষী থানাৰ অন্তৰ্গত ৰাজগড়ৰৰ চাইদুল ইছলাম, গুলজাৰ হুচেইন আৰু মঃ তাহেৰ আলিক আটক কৰে (Fake gold traders arrested) ৷ জব্দকৃত সোণখিনিৰ ওজন প্ৰায় ৭৫০ গ্ৰাম বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷
Last Updated : Feb 3, 2023, 8:30 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.