thumbnail

Pranab Das at Jakhaoabandha : কিয় আৰক্ষীয়ে ঘৰলৈ যাবলৈ অনুমতি দিয়া নাই প্ৰণৱক ?

By

Published : May 19, 2023, 8:19 PM IST

কলিয়াবৰ, 19 মে’ : জখলাবন্ধা আৰক্ষী থানাত আছে জোনমণি ঘটনাৰ একমাত্ৰ প্ৰত্যক্ষদৰ্শী প্ৰণৱ দাস (Eye witness of Junmoni Rabha death accident) ৷ আৰক্ষী থানাতে প্ৰণৱে চিনাক্ত কৰিলে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাক চালক সুমিতক ৷ যি যি দেখিছিল প্ৰণৱে সকলো তথ্যই আৰক্ষীক দিলে প্ৰণৱে ৷ শুকুৰবাৰে এই কথা সংবাদ মাধ্যমৰ আগত সদৰী কৰে প্ৰণৱ দাসে ৷

অৱশ্যে আজি পুৱাই প্ৰণৱক ঘৰত থৈ অহাৰ কথা আছিল যদিও বাতৰি যুগুত কৰা পৰ্যন্ত প্ৰণৱক আৰক্ষী থানাতে থোৱা হৈছে বুলি জানিব পৰা গৈছে ৷ জানিব পৰা মতে, আৰক্ষীয়ে কোনো বেয়া ব্যৱহাৰ কৰা নাই প্ৰণৱক ৷ সময় মতে প্ৰণৱক খাবলৈ-শুবলৈ দিছে থানাত ৷

লগতে পঢ়ক : Junmoni Rabha updates: ‘‘মোৰ ছোৱালীজনীক ন্যায় দিয়ক’’; জোনমণিৰ মাতৃয়ে মাথোঁ উচুপিছে

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.