Minister Ranoj Pegu: মাধ্যম বিতৰ্কৰ সন্দৰ্ভত শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ - English compulsory in Assamese medium schools
🎬 Watch Now: Feature Video
তিনিচুকীয়া,১৭ মে’: শেহতীয়াকৈ ৰাজ্যত সৃষ্টি হোৱা মাধ্যম বিতৰ্কৰ সন্দৰ্ভত তিনিচুকীয়াত মন্তব্য প্ৰকাশ কৰে অসমৰ শিক্ষা মন্ত্ৰী ডা° ৰণোজ পেগুয়ে (Education Minister Ranoj Pegu on media controversy) । এই সন্দৰ্ভত ছাত্ৰ ছাত্ৰীক আমি ইংৰাজী শিকাবই লাগিব বুলি মন্তব্য কৰাৰ লগতে ছাত্ৰ-ছাত্ৰী অথবা অভিভাৱকৰ পৰা কোনো অভিযোগ পোৱা নাই বুলি জানিবলৈ দিয়ে (English compulsory in Assamese medium schools) । আমি ইংৰাজীৰ মাজতে পৰিভাষাৰ ব্যৱহাৰ কৰিছোঁ, লাহে লাহে আমি পৰিভাষাসমূহ বঢ়াবলৈ চেষ্টা কৰিম বলি উল্লেখ কৰে পেগুৱে ৷
গতিকে বিশেষ অসুবিধা হ’ব বুলি ভবা নাই ৷ ইংৰাজী বিদ্যালয় বিলাকতো অসমীয়া ভাষা বাধ্যতামূলক কৰাৰ কথা চিন্তা কৰা হৈছে । সমান্তৰালভাৱে মে’ মাহৰ শেষৰফালে মেট্টিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ কথাও চিন্তা কৰা হৈছে বুলি জানিবলৈ দিয়ে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে (HSLC exam results to be declared soon) ।
লগতে পঢ়ক: Junmoni Rabha death case: ৰহস্যৰ আৱৰ্তত জোনমণিৰ মৃত্যু; তদন্ত বিচাৰিছে বিভিন্নজনে
TAGGED:
Minister Ronoj Pegu