ই ৰিক্সাৰ বাবে জাৰি কৰা নিৰ্দেশনা বাতিলৰ দাবী - CMr Dr Himanta Biswa Sarma

🎬 Watch Now: Feature Video

thumbnail

By

Published : Aug 29, 2022, 1:05 PM IST

Updated : Feb 3, 2023, 8:27 PM IST

বিদ্যুৎ বিভাগে ই ৰিক্সাৰ বাবে জাৰি কৰা নিৰ্দেশনাক(Protest against order of electricity department)লৈ বঙাইগাঁও জিলাৰ মাণিকপুৰ বজাৰ গৃহত বৃহত্তৰ মাণিকপুৰ অঞ্চলৰ দুই শতাধিক ই ৰিক্সা চালকসকলে(E rickshaw driver meeting in Manikpur) দেওবাৰে এখন সভা অনুষ্ঠিত কৰে । উক্ত সভাত বিদ্যুৎ বিভাগে জাৰি কৰা নিৰ্দেশনাৰ বিৰোধিতা কৰে ক্ষুব্ধ ই ৰিক্সা চালকসকলে । ঘৰুৱা সংযোগত ই ৰিক্সা চাৰ্জ কৰিব নোৱাৰিব বুলি বিদ্যুৎ বিভাগে জাৰি কৰা নিৰ্দেশনাক লৈ অসন্তুষ্টি প্ৰকাশ কৰে ই ৰিক্সাৰ চালক সকলে । দিনটো ই ৰিক্সা চলাই উপাৰ্জন কৰা টকাৰে কোনোমতে পৰিয়ালটো পোহপাল দিয়া চালকসকলে বিদ্যুৎ বিভাগৰ সিদ্ধান্তৰ প্ৰতিবাদ জনাই জাৰি কৰা নিৰ্দেশনাক বাতিল কৰিবলৈ মুখ্য়মন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাক(CMr Dr Himanta Biswa Sarma)দাবী জনায় । উক্ত সভাতেই মহিধৰ ৰায়ক সভাপতি হিচাপে লৈ মাণিকপুৰ আঞ্চলিক ই ৰিক্সা সন্থা গঠন(Manikpur E Rickshaw Association formed)কৰা হয়।
Last Updated : Feb 3, 2023, 8:27 PM IST

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.