নিশা পৰ্যন্ত যোৰহাটৰ ভোগদৈ পূজা ডুবি ঘাটত দুৰ্গা প্ৰতিমা বিৰ্সজন - Durga idols immersed in Jorhat
🎬 Watch Now: Feature Video
হস্তীৰে আগমণ কৰি নৌকাৰে গমণ কৰিলে দুৰ্গা দেৱীয়ে । বিজয়ী দশমীৰ দিনটোৰ সাক্ষী হ'বলৈ নিশা পৰ্যন্ত অজস্ৰ লোকে ভিৰ কৰা পৰিলক্ষিত হ’ল যোৰহাটত । শাৰী শাৰীকৈ মা দুৰ্গাৰ প্ৰতিমা নিয়া হ’ল গড়আলিৰ মূলপথেৰে । উক্ত পথৰেই যোৰহাট নগৰত অনুষ্ঠিত সহস্ৰাধিক পূজাৰ প্ৰতিমাৰ লগতে জিলাখনৰ অন্য স্থানৰ পূজাৰ প্ৰতিমা ভোগদৈ পূজা ডুবিত(Bhogdoi puja dubbi ghat) দুপৰ নিশালকৈ বিৰ্সজন দিয়া হয় । প্ৰশাসন আৰু যোৰহাট পৌৰসভাই শৃখলংবদ্ধভাৱে পূজা ডুবি ঘাটত প্ৰতিমা বিসৰ্জনত সহযোগিতা কৰা পৰিলক্ষিত হয় (Durga idols immersed in Jorhat)।
Last Updated : Feb 3, 2023, 8:29 PM IST