জখলাবন্ধা আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী - Brown sugar container

🎬 Watch Now: Feature Video

thumbnail

By

Published : May 30, 2022, 9:59 PM IST

Updated : Feb 3, 2023, 8:23 PM IST

জখলাবন্ধা আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী । সোমবাৰে জখলাবন্ধাৰ বাঘজানৰ পৰা গ্ৰেপ্তাৰ হয় ড্ৰাগছ সৰবৰাহকাৰীটো (Drugs peddler arrested at Jakhalabandha) । সৰবৰাহকাৰীটোৰ নাম ৰিকু আনছাৰী ৷ ধৃত ৰিকু আনছাৰীৰ ঘৰ বাঘজানত । ড্ৰাগছ সৰবৰাহকাৰীটোৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে চাৰিটা ব্ৰাউন ছুগাৰৰ কণ্টেইনাৰ । জখলাবন্ধাৰ বাঘজানস্থিত এটা তেল ডিপুৰ সমীপৰ পৰা আৰক্ষীয়ে স্থানীয় ব্যক্তিৰ সহযোগত কৰায়ত্ব কৰে ড্ৰাগছ সৰবৰাহকাৰীটোক ।
Last Updated : Feb 3, 2023, 8:23 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.