Assam DGP on Madrassa: শিক্ষাৰ্থীৰ উজ্জল ভৱিষ্যতৰ বাবে গুৰুত্ব দিব লাগে মাদ্ৰাছাই

🎬 Watch Now: Feature Video

thumbnail
মাদ্ৰাছা সন্দৰ্ভত মন্তব্য প্ৰদান ডিজিপি ভাস্কৰজ্যোতি মহন্তৰ (DGP Bhaskar jyoti Mahanta on Madrassa)৷ এবিটিৰ কাৰ্যকলাপ ৰোধৰ বাবেই কিছুমান সন্দেহজনক মাদ্ৰাছা বন্ধ কৰা হ’ব ৷ 3 কিলোমিটাৰৰ ব্যৱদানত থাকিব এখন মাদ্ৰাছা ৷ প্ৰতিখন মাদ্ৰাছাত থাকিব লাগিব 100 ৰ অধিক শিক্ষাৰ্থী ৷ উৰ্দু আৰু আৰৱীৰ বাহিৰে আন আন বিষয়তো কৰিব লাগিব পাঠদান ৷
Last Updated : Feb 3, 2023, 8:32 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.