HS Exam result 2022: বাণিজ্য শাখাৰ ষষ্ঠ স্থানত কে চি দাস কমাৰ্চ কলেজৰ ছাত্ৰ দীপক লুধা
🎬 Watch Now: Feature Video
আজি ঘোষিত হ’ল উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰিক্ষাৰ চূড়ান্ত ফলাফল (Higher Secondary result 2022) ৷ বাণিজ্য শাখাৰ ষষ্ঠ স্থান লাভ কৰিছে মহানগৰীৰ কে চি দাস কমাৰ্চ কলেজৰ ছাত্ৰ দীপক লুধাই ৷ ভৱিষ্যতে এগৰাকী চাৰ্টাৰ একাউণ্টেণ্ট হোৱাৰ মন দীপকৰ ৷ পুত্ৰৰ সাফল্যত উৎফল্লিত মাতৃ ৷
Last Updated : Feb 3, 2023, 8:24 PM IST