thumbnail

Railway Guard Wall: সোণাপুৰত খহি পৰিল ৰে’ল বিভাগৰ দ্বাৰা নিৰ্মাণৰত গাৰ্ড ৱাল

By

Published : Oct 28, 2022, 7:25 PM IST

Updated : Feb 3, 2023, 8:30 PM IST

সোণাপুৰৰ চামতা পবিতৰা অভয়াৰণ্য সংযোগী লোকপ্ৰিয় গোপীনাথ বৰদলৈ পথত(Gopinath Bordoloi Road) অঘটন । ৰে’ল বিভাগৰ দ্বাৰা নিৰ্মাণ কৰি থকা দলং পৰিল খহি । ৰে’ল লাইনৰ ওপৰত নিৰ্মাণ কৰি থকা অ'ভাৰ ব্ৰীজৰ গাৰ্ড ৱাল ভাঙি খহি পৰিল । ফলত পথচোৱাৰে যাতায়াত ব্যৱস্থা বিঘ্নিত হৈ পৰে । নিৰ্মাণকাৰ্যত গাফিলতি হোৱাৰ বাবেই গাৰ্ড ৱালখন (Railway Guard Wall at Sonapur)খহি পৰাৰ অভিযোগ স্থানীয় লোকৰ । উল্লেখ্য বি এম ইনফ্ৰা(BM infra contractors private limited) নামৰ প্ৰতিষ্ঠান এটাই নিৰ্মাণ কৰি আছিল ব্ৰিজখন । প্ৰায় ৫০ কোটি টকা নিৰ্মাণ ব্যয় ধাৰ্য্য কৰা হৈছিল দলংখনৰ বাবে ।
Last Updated : Feb 3, 2023, 8:30 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.