Constituency delimitation: সমষ্টি পুনৰ নিৰ্ধাৰণ বিজেপি-এআইইউডিএফৰ ষড়যন্ত্ৰ; কাছাৰ কংগ্ৰেছ - বিজেপি আৰু এআইইউডিএফ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jun 21, 2023, 8:43 PM IST

Updated : Jun 21, 2023, 9:13 PM IST

কৰিমগঞ্জ, 21 জুন: সমষ্টি পুনৰ নিৰ্ধাৰণ বিজেপি আৰু এআইইউডিএফৰ ষড়যন্ত্ৰ ৷ এই দাবী কাছাৰ জিলা কংগ্ৰেছৰ ৷  বিজেপি আৰু এআইইউডিএফৰ ভোট বেংক বৃদ্ধিৰ বাবে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰা বুলি মন্তব্য কাছাৰ জিলা কংগ্ৰেছৰ সভাপতি অভিজিৎ পালৰ ৷ সমষ্টি পুনৰ নিৰ্ধাৰণ দ্বাৰা ভৌগলিক পৰিসীমা বিকৃত কৰা হৈছে বুলিও তেওঁ অভিযোগ উত্থাপন কৰে ৷  

বৰাক উপত্যকাক বিজেপি দল আৰু মুখ্যমন্ত্ৰীয়ে বিদ্বেষৰ চকুৰে চায় সেই কথা সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাৰ পৰা স্পষ্ট হোৱা বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰে ৷ বৰাক উপত্যকাৰ 15 খন আসনৰ পৰা 2 খন আসন কৰ্তন কৰা বুলি উল্লেখ কৰি এই সন্দৰ্ভত দলৰ ভিতৰত আলোচনা কৰা হ’ব বুলি তেওঁ মন্তব্য কৰে ৷

লগতে পঢ়ক: Constituency delimitation: ক’ত কি কি সমষ্টিৰ ৰূপৰেখা সলনি হ’ব সমষ্টি পুনৰ নিৰ্ধাৰণৰ দ্বাৰা ?

Last Updated : Jun 21, 2023, 9:13 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.