Lachit Barphukan Birth Anniversary : ডিমা হাছাওত অন্ত পৰিল লাচিত বৰফুকনৰ জন্ম জয়ন্তী সমাৰোহ

By

Published : Nov 27, 2022, 9:36 AM IST

Updated : Feb 3, 2023, 8:33 PM IST

thumbnail

শুকুৰবাৰে ডিমা হাছাওত অন্ত পৰিল জাতীয় বীৰ লাচিত বৰফুকনৰ 400 সংখ্যক জন্ম জয়ন্তী উদযাপন সমাৰোহ (Conclude Lachit Barphukan 400 Birth Anniversary in Dima hasao) ৷ বিগত 18 নৱেম্বৰৰ পৰাই ডিমা হাছাও জিলা প্ৰশাসনৰ উদ্যোগত আয়োজন কৰি অহা হৈছিল লাচিত বৰফুকনৰ জন্ম জয়ন্তী ৷

Last Updated : Feb 3, 2023, 8:33 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.