Community fishing: কামপুৰ নগৰৰ মাজমজিয়াত সমূহীয়া মাছ ধৰা পৰ্ব

By

Published : Oct 23, 2022, 2:24 PM IST

Updated : Feb 3, 2023, 8:29 PM IST

thumbnail

কামপুৰ নগৰত সমূহীয়া মাছ ধৰা পৰ্ব (Community fishing programme) ৷ পিছে নৈ, বিল বা জলাশয়ত নহয়, কামপুৰ নগৰৰ মাজমজিয়াতহে এইবাৰ সমুহীয়াকৈ মাছ মৰা পৰ্ব অনুষ্ঠিত হয় । দুটাকৈ প্ৰলয়ংকাৰী বানে সৰ্বস্বান্ত কৰাৰ পাছতো আজি পৰ্যন্ত পানী ওলাই যোৱা নাই কামপুৰ নগৰৰ পৰা(Flood in Kampur) ৷ যাৰবাবে জমা হৈ থকা পানীত বিভিন্ন গাঁৱৰ ৰাইজে মিলি ধৰিছে মাছ ৷ বহুলোকে পাইছে মাছ ৷ ডাঙৰ মাছৰ সৈতে এসাঁজ খাবলৈ সকলোৱে এনেদৰে সমূহীয়াকৈ মাছ ধৰা পৰিলক্ষিত হৈছে ৷

Last Updated : Feb 3, 2023, 8:29 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.