Junmoni Rabha Accident:এম্বুলেন্সৰ চালকক সোধা পোছা চি আই ডিৰ

By

Published : May 31, 2023, 1:44 PM IST

thumbnail

কলিয়াবৰ,৩১ মে': নগাঁৱত চলি আছে আৰক্ষী উপ পৰিদৰ্শক জোনমণি ৰাভাৰ ৰহস্য়জনক মৃত্যুৰ তদন্ত (Junmoni Rabha Accident case)। জিলাখনৰ জখলাবন্ধা আৰক্ষী নিৱেশত মঙলবাৰে পুনৰ জোনমণি ৰাভাৰ দুৰ্ঘটনাৰ তদন্ত চলে (Junmoni Rabha Accident incestigation) । চি আই ডিৰ অনুসন্ধানকাৰী দলটোৱে দিনজোৰাকৈ অনুসন্ধান চলায় । এই অনুসন্ধান কালত এম্বুলেন্সৰ চালকক সোধা-পোছা কৰে ।  

চি আই ডি দলটোৱে পুৱা ১১ বজাৰ পৰা জখলাবন্ধা আৰক্ষী নিৱেশত অনুসন্ধান চলায় (CID investigation of Junmoni Rabha Accident)। চি আই ডিৰ ডি আই জি বিবেকানন্দ দাসৰ নেতৃত্বত দলটোৱে এই অনুসন্ধান চলায় । জোনমনি দাসক দুৰ্ঘটনাস্থলীৰ পৰা চিকিৎসালয়লৈ লৈ যোৱা এম্বুলেন্সৰ চালকজনক সোধা-পোছা কৰে ।

লগতে পঢ়ক:AASU protest in Dibrugarh:চৰকাৰৰ মাতৃভাষা বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.