Childrens Day 2022: মাজুলীত উলহ মালহেৰে উদযাপন শিশু দিৱস

By

Published : Nov 14, 2022, 10:13 PM IST

Updated : Feb 3, 2023, 8:32 PM IST

thumbnail
আজি শিশু দিৱস (Childrens Day) । পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিন উপলক্ষে প্ৰত্যেক বছৰৰ 14 নৱেম্বৰৰ দিনটো সমগ্ৰ দেশত শিশু দিৱস হিচাপে উদযাপন কৰা হয় । এই উপলক্ষে আজি ৰাজ্যৰ ভিন্ন স্থানত শিশুসকলৰ মাজত শিশু দিৱসৰ বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হৈছে (Childrens Day celebration in Assam) । ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে মাজুলীতো উলহ-মালহেৰে পালন কৰা হৈছে শিশু দিৱস । মাজুলীৰ ৰাৱণাপাৰস্থিত শংকৰদেৱ শিশু নিকেতনত আনন্দ উল্লাহৰে পালন কৰা হৈছে শিশু দিৱসটি (Childrens Day celebration in Majuli)। শিশু দিৱসৰ লগত সংগতি ৰাখি বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিভিন্ন ধৰণৰ কাৰ্যসূচী অনুষ্ঠিত হয় । আনহাতে বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে ছাত্ৰ-ছাত্ৰীসকলক শিশু দিৱসৰ বিষয়ে অৱগত কৰে ।
Last Updated : Feb 3, 2023, 8:32 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.