Bridge decorated like chess board: দলং নে দবা ব’ৰ্ড ?

By

Published : Jul 17, 2022, 2:19 PM IST

Updated : Feb 3, 2023, 8:25 PM IST

thumbnail
দলঙত অংকন কৰাটো বৰ্তমান সময়ত যেন এক ট্ৰেণ্ডলৈ পৰিণত হৈছে । ক’ৰবাত যদি জাতি-জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা ছবি আন কৰ'বাত আকৌ বিশেষ স্থানৰ ছবি প্ৰতিফলিত কৰাৰ চেষ্টা চলোৱা হয় দলং সমূহত । পিছে এইবাৰ চেন্নাইৰ এখন দলঙে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে (A bridge in Chennai has caught everyone attention)। দবা ব’ৰ্ডৰ আৰ্হিত অংকন কৰা হৈছে দলংখন । ভাৰতৰ দবাৰ ৰাজধানী হিচাপে পৰিচিত চেন্নায়ে গ্ৰেণ্ড চেছ অলিম্পিয়াড ২০২২ আয়োজন কৰিবলৈ সাজু হৈছে(Chennai set to host Grand chess Olympiad 2022) । ২৮ জুলাইত চেন্নাইৰ মহাবলিপুৰমত অনুষ্ঠিত হ'ব ৪৪ তম FIDE দবা অলিম্পিয়াড(44th FIDE Chess Olympiad) । সেয়ে এতিয়া দবাবোৰ্ডৰ দৰে সজাই তুলিছে চেন্নাইৰ আইকনিক নেপিয়াৰ ব্ৰীজখন(Chennai iconic Nepier Bridge decorated like a chessboard) । দলংখনৰে পাৰ হৈ যোৱা যাত্ৰীৰ কেমেৰাত আৱদ্ধ কৰিছে সুন্দৰ দৃশ্য । চাওক ভিডিঅ' ।
Last Updated : Feb 3, 2023, 8:25 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.