Centenary Closing Ceremony: টিয়কৰ ১৬৭ নং হাতীচুংগী প্ৰাথমিক বিদ্যালয়ৰ শতবৰ্ষ সামৰণি অনুষ্ঠানৰ অন্তিম দিন

By

Published : Dec 17, 2022, 3:15 PM IST

Updated : Feb 3, 2023, 8:36 PM IST

thumbnail
দুদিনীয়াকৈ অনুষ্ঠিত হৈছে টিয়কৰ ১৬৭ নং হাতীচুংগী প্ৰাথমিক বিদ্যালয়ৰ(167 NO HATICHUNGI LPS) শতবৰ্ষ সামৰণি অনুষ্ঠান(Centennial Closing Ceremony ) । প্ৰথম দিনা বিভিন্ন কাৰ্যসূচীৰ সফল ৰূপায়ণৰ পিছত শনিবাৰে পুৱা পৰিৱেশ নিকাকৰণ পিছতে বাহিৰ কৰা হয় এক সাংস্কৃতিক শোভাযাত্ৰা(Cultural Rally) ৷ বিশিষ্ট সংগীতজ্ঞ জয়ন্ত নাথে এই সাংস্কৃতিক শোভাযাত্ৰাৰ উদ্বোধন কৰে । এই শোভাযাত্ৰাত অসমৰ বাৰেৰহনীয়া সংস্কৃতি প্ৰদৰ্শন কৰা হয় । উল্লেখ্য যে,শতবৰ্ষ সামৰণি উপলক্ষে আয়োজন কৰা মুকলি সভাত ৰাজ্যৰ বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থকাৰ লগতে নিশা অনুষ্ঠিত কৰা হ’ব সাংস্কৃতিক অনুষ্ঠান(Cultural programme) ৷
Last Updated : Feb 3, 2023, 8:36 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.