Golden Jubilee Celebration: ভগামুখ কাৰিকৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী সামৰণি অনুষ্ঠান - Golden Jubilee Celebration

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jan 7, 2023, 3:33 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

টীয়কৰ ভগামুখ কাৰিকৰী উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত কৰা হয় বিদ্যালয়খনৰ সোণালী জয়ন্তী সামৰণি অনুষ্ঠান(Celebration of Golden Jubilee at Bhogamukh in Teok) । দুদিনীয়া বৰ্নাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা এই অনুষ্ঠানটিৰ প্ৰথম দিনাৰ কাৰ্যসূচী সুকলমে সম্পন্ন হয়(Golden Jubilee celebrations of Bhagamukh Technical Higher Secondary School) । পুৱা পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি নিত্যানন্দ আৰন্ধৰাই । তাৰ পাছতে স্থায়ী তোৰণ উন্মোচন কৰে সুৰেন্দ্ৰ নাথ বুঢ়োগোঁহাইয়ে । ইফালে প্ৰথম দিনাৰ পুৱাৰ বিভিন্ন কাৰ্যসূচীৰ সম্পন্ন হোৱা পাছত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-কৰ্মচাৰী, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, অভিভাৱক তথা দাতিকাষৰীয়া কেইবাখনো বিদ্যালয়ৰ ছাত্র ছাত্ৰীৰ লগতে স্থানীয় বহুসংখ্যক ব্যক্তিৰ সহযোগিতাত বাহিৰ কৰা হয় এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা । উল্লেখযোগ্য যে স্ত্ৰী শিক্ষা প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰা এই বিদ্যালয়খনৰ পৰা ইতিমধ্য বহু ছাত্ৰ-ছাত্ৰীয়ে সামাজিকভাৱে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে ।
Last Updated : Feb 3, 2023, 8:38 PM IST

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.